বিশ্বনাথ সমাজ কল্যান বিভাগে অংগনৱাৰী কৰ্মী আৰু সহায়িকা নিযুক্তি বাবে ইচ্ছুক আৰু উপযুক্ত স্থানীয় প্ৰাথী পৰা আবেদন আহ্বান কৰিছে । গতিকে নিম্ন
উল্লেখিত অংগনৱাৰী কেন্দ্ৰ সমূহৰ বাবে সেই ঠাইৰ মহিলা প্রথী সকলে বিশ্বনাথ Social Welfare Office ৰ পৰা আৱেদন পত্ৰ সংগ্ৰহ কৰি আৱেদন কৰিব পৰিব । আবেদনৰ অন্তিম তাৰিখ ৩০/০৫/২০২২ ।