Sunday, May 22, 2022

Biswanath Social Welfare Anganwadi Helper Recruitment

বিশ্বনাথ সমাজ কল্যান বিভাগে  অংগনৱাৰী কৰ্মী আৰু সহায়িকা নিযুক্তি  বাবে ইচ্ছুক আৰু উপযুক্ত স্থানীয় প্ৰাথী পৰা আবেদন আহ্বান কৰিছে । গতিকে নিম্ন উল্লেখিত অংগনৱাৰী কেন্দ্ৰ সমূহৰ বাবে সেই ঠাইৰ মহিলা প্রথী সকলে বিশ্বনাথ Social Welfare Office ৰ পৰা আৱেদন পত্ৰ সংগ্ৰহ কৰি আৱেদন কৰিব পৰিব । আবেদনৰ অন্তিম তাৰিখ ৩০/০৫/২০২২ ।
Biswanath Social Welfare Anganwadi Helper Recruitment

Details of Biswanath Social Welfare Anganwadi Helper Recruitment

Anganwadi Helper Recruitment

How to Apply for the  Anganwadi Helper Recruitment

Anganwadi Helper Recruitment