How to recover Dee Assam teachers recruitment application no?
আজি আমি আপোনালোঁকলৈ এটা বেলেগ Topic লৈ আহিছোঁ । আপোনালোঁকে জানে যে প্ৰাথমিক শিক্ষা বিভাগত নতুন কৈ ৯৩৫৪ টা শিক্ষক নিযুক্তি ৰ এটা বিজ্ঞাপন ওলাইছে । সেই বিজ্ঞাপনটো কিন্তু বহুদিন আগতে ওলাইছিল । আমাৰ মাজৰে বহুতে তাতে ইতিমধ্যে আবেদন কৰিলে । কিন্তু যিহেতু বিজ্ঞাপনটো প্ৰকাশ হোৱাৰ পাছটো চৰকাৰে আকৌ TET পৰীক্ষা পাতিব লগীয়া হল সেয়ে আমি আকৌ TET পৰীক্ষা দিলোঁ । কিছুৱে পাছ কৰিলোঁ বা কিছুৱে নকৰিলোঁ । এতিয়া কথা হল আমি আগতে আবেদন কৰি থোৱা বহুতে হয়তো নতুনকৈ TET পাছ নকৰিলোঁ কিন্তু পাছ কৰিম বুলি ভাবি TET পৰীক্ষা দিছিলোঁ । পাছ কৰি নতুন Mark Sheet ৰে TET ত আবেদন কৰিম বুলি ভাবি আমি পূৰ্বৰ যিবিলাক data যেনে username আৰু password সেইবিলাক মনত নাৰাখিলো বা Save নকৰিলোঁ । পাছ কৰা সকলে নতুন চাৰ্টিফিকেট লৈ নতুনকৈ আবেদন কৰাৰ সুবিধা পাব কিন্ত পাছ নকৰা সকলে পূৰ্বৰ login ID আৰু password দি আৱেদন পত্ৰ খন ডাউনলোড কৰি লব পাৰিব । কিন্ত্ত যদিহে login credentials পাহৰি গৈছে তেনেহলে তেওঁলোকে সমস্যাৰ সন্মুখীন হব । কিন্তু তাৰবাবে DEE ৰ চাৰিটা Help-desk numbers দিয়া আছে যত আমি ফোন কৰি আমাৰ সমস্যাৰ কথা জনাব পৰো । নহলে login page t গৈ আপুনি Forgot password ত click কৰিব । তাৰ পাচত আপুনি যিটো category আৱেদন কৰিছিল তাক select কৰি registration Email ID enter কৰিব আৰু submit কৰি দিব । যদিহে আপোনাৰ Email ঠিক দিছে তেনেহলে আপুনি আপোনাৰ email address ত আপোনাৰ Login details লাভ কৰিব আৰু তাৰে আপুনি login in কৰি লব পাৰিব ।
Important Links and Crucial Dates
Details of Events | Crucial Dates and Links |
Commencement of Application | 01/02/2022 |
Last Date of Application | 15/02/2022 |
Official Notification | Click Here |
Login Now | Click Here |
Forgot Password | Click Here |
Official Website | Click Here |