শিৱসাগৰ জিলাৰ তলত উল্লেখ কৰা চক্ৰ সমূহৰ অন্তৰ্গত গাঁও অথবা গাওঁসমূহত খালি হৈ থকা চৰকাৰী গাওঁবুঢ়া পদসমূহ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে ! আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ড IX ত প্ৰকাশিত Standard Form of Application ত আবেদন কৰিব লাগিব । আবেদনকাৰীয়ে কোনখন গাওঁৰ গাওঁবুঢ়া পদৰ বাবে আবেদন কৰিছে সেই গাঁও/গাওঁসমূহৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰীয়ে নিজৰ Mobile Number স্পষ্টকৈ উল্লেখ কৰাটো বাধ্যতামূলক ।
Details of Sivasagar Assam Gaonburha Recruitment
Important Dates and Links Details
Details of Events | Important Links & Dates |
Last date of Online Submission of Application: | 31.08.2021 |
Official Advertisement | Click Here |
Download Application Form | Click Here |