DC Office Dibrugarh Gaonburha Recruitment 2021

 

DC Office Dibrugarh Gaonburha Recruitment 2021

অসম চৰকাৰৰ 19/07/2019 তাৰিখৰ অধিসূচনা নং RLR 187/2007/  অংশ 24 আৰু 10/04/2018 তাৰিখৰ অধিসূচনা RLR 187/2017/39  অনুসৰি ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ সমূহৰ অন্তৰ্গত খালি থকা গাঁও বুঢ়া লাট সমূহ পূৰণৰ বাবে নিম্নলিখিত লাট গাঁও সমূহৰ যোগ্য ব্যক্তিসকলৰ পৰা আবেদন বিচৰা হৈছে । আবেদন পত্ৰ সমূহ জিলা উপাযুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব । আবেদন পত্ৰ সমূহ 11/07/2021 তাৰিখৰ (কাৰ্যালয় খোলা থকা সময় দিনৰ 5 বজালৈ ) পর্যন্ত জমা দিব পাৰিব । 



DC Office Dibrugarh Gaonburha Recruitment Details


1. লাহোৱাল গ্ৰাণ্ট, 19/155

  • মৌজা - লাহোৱাল 
  • ৰাজহ চক্ৰ - ডিব্ৰুগড় পূব 

2. হাবিচুক গোহাঁই গাঁও 

  • মৌজা -  মদাৰখাত
  • ৰাজহ চক্ৰ - ডিব্ৰুগড় পূব
 

3.দাইনিজান, দুলিয়া , 42/137 নং  বলাই গ্ৰাণ্ট , 1/159 O.R.R গ্ৰাণ্ট (B) আৰু জপৰা গাঁও 

  • মৌজা - মানকটা খনিকৰ -
  • ৰাজহ চক্ৰ  - ডিব্ৰুগড় পশ্চিম
 

4.বৰাগাধৈ  , টিপলিং পুৰণা ঘাট আৰু নলনী পথাৰ গাঁও

  • মৌজা -  টিপলিং
  • ৰাজহ চক্ৰ - টেঙাখাত
Last Date - 11/07/2021


Visit the Official Adv!

Download Application Format